অনুসন্ধান সমন্বয়ত

Saturday, 20 December 2025

সমন্বয় সংঘ ' ৰ উদ্যোগত আৰু ' প্ৰতিশ্ৰুতি কেনচাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট 'ৰ সহযোগত সংঘৰ প্ৰাংগণত কেনচাৰ ৰোগৰ সজাগতা সভা (২০/১২/২০২৫)ৰ কেইখনমান স্থিৰচিত্ৰ:-

 

'সমন্বয় সংঘ' ৰ উদ্যোগত আৰু  'প্ৰতিশ্ৰুতি কেনচাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট'ৰ সহযোগত সমন্বয় সংঘৰ প্ৰাংগণত অনুষ্ঠিত কেনচাৰ ৰোগৰ সজাগতা সভা (২০/১২/২০২৫)ৰ কেইখনমান স্থিৰচিত্ৰ:-



 














Tuesday, 25 November 2025

সমন্বয় সংঘৰ প্ৰাংগণত BCPL অনুস্থানৰ বিষয়াসকলৰ ভ্ৰমণ (১০/১১/২০২৫)

 BCPL অনুস্থানৰ অৰ্থৰে অনুদিত সমন্বয় সংঘৰ গৃহ নিৰ্মানৰ পৰিদৰ্শনৰ (বিষয়াসকলৰ সৈতে) কেইখনমান স্থিৰচিত্ৰ:-

 





সমন্বয় সংঘৰ উদ্যোগত স্বৰ্গীয় সুস্থিৰ কুমাৰ ঢলুৱা সোঁৱৰণি ফুটবল(U-15) প্ৰতিযোগিতা (৭,৮,৯ আৰু ১৯ নবেম্বৰ, ২০২৫)

 সমন্বয় সংঘৰ উদ্যোগত স্বৰ্গীয় সুস্থিৰ কুমাৰ ঢলুৱা সোঁৱৰণি (U-15) ফুটবল(U-15) [৭,৮,৯ আৰু ১৯ নবেম্বৰ, ২০২৫] প্ৰতিযোগিতাৰ কেইখনমান স্থিৰচিত্ৰ:-






















 

বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ (সোণালী জয়ন্তী)

 সমন্বয় সংঘৰ উদ্যোগত ১৪/১১/২০২৫ তাৰিখে সংঘৰ প্ৰাংগণত অনুষ্ঠিত 'বিনামূলীয়া দন্ত চিকিৎসা শিবিৰ'ৰ কেইখনমান স্থিৰচিত্ৰ:-







 




Wednesday, 1 October 2025

জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান (সন্ধিয়া, সমন্বয় সংঘ; ০১/১০/২০২৫)

 সন্ধিয়া(০১/১০/২০২৫) সমন্বয় সংঘৰ মজিয়াত অনুষ্ঠিত "জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান"ৰ কেইটামান মুহূৰ্ত্ত:-